পোষ্ট কৰা হৈছে:
04 MAR 2024 11:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰী ড০ এইচ ভি হাণ্ডেক সাক্ষাৎ কৰে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“চেন্নাইত অনুষ্ঠিত জনসভাত মোক আশীৰ্বাদ দিবলৈ আহিছিল সন্মানীয় ৰাষ্ট্ৰনেতা, বুদ্ধিজীৱী তথা তামিলনাডু চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ড° এইচ ভি হাণ্ডে। তেওঁৰ প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰি আৰু ক’লো যে আমি এখন বিকশিত ভাৰত নিৰ্মাণৰ কাম কৰি যাম।”
***
DS/RT/DB