প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰী ড০ এইচভি হামঅডএক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 04 MAR 2024 11:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰী ড এইচ ভি হাণ্ডেক সাক্ষাৎ কৰে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“চেন্নাইত অনুষ্ঠিত জনসভাত মোক আশীৰ্বাদ দিবলৈ আহিছিল সন্মানীয় ৰাষ্ট্ৰনেতা, বুদ্ধিজীৱী তথা তামিলনাডু চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ড° এইচ ভি হাণ্ডে। তেওঁৰ প্ৰতি মই কৃতজ্ঞতা প্ৰকাশ কৰি আৰু ক’লো যে আমি এখন বিকশিত ভাৰত নিৰ্মাণৰ কাম কৰি যাম।”

***

DS/RT/DB


(रिलीज़ आईडी: 2012061) आगंतुक पटल : 98
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam