প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ শ্ৰী উজ্জয়িনী মহাকালী দেৱস্থানমত প্ৰাৰ্থনা কৰে
प्रविष्टि तिथि:
05 MAR 2024 11:41AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ শ্ৰী উজ্জয়িনী মহাকালী দেৱস্থানমত প্ৰাৰ্থনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ
"চেকেন্দ্ৰাবাদস্থিত শ্ৰী উজ্জয়িনী মহাকালী দেৱস্থানমত সকলো ভাৰতীয়ৰ সুস্বাস্থ্য, কল্যাণ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনাইছো।"
*************
DS/RT/KG
(रिलीज़ आईडी: 2011810)
आगंतुक पटल : 68
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam