প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পদ্ম বিভূষণ বঁটা বিজয়ী, কিংবদন্তি অভিনেত্ৰী বৈজন্তীমালাক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
04 MAR 2024 10:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে পদ্ম বিভূষণ বঁটা বিজয়ী, কিংবদন্তি অভিনেত্ৰী বৈজয়ন্তীমালাক সাক্ষাৎ কৰি কয় যে ভাৰতীয় চিনেমা জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেত সমগ্ৰ ভাৰততে প্ৰশংসিত।
এক্স পোষ্টত আজি প্ৰধানমন্ত্ৰীয়ে কয়;
“চেন্নাইত বৈজয়ন্তীমালা জীক লগ পাই আনন্দিত হৈছো। পদ্ম বিভূষণেৰে বিভূষিতা বৈজয়ন্তীমালাজীয়ে ভাৰতীয় চিনেমা জগতলৈ আগবঢ়োৱা দৃষ্টান্তমূলক অৱদানৰ বাবে সমগ্ৰ ভাৰততে প্ৰশংসিত হৈ আহিছে।”
****
DS/ST
(रिलीज़ आईडी: 2011500)
आगंतुक पटल : 103
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam