প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে জাৰ্মান গায়িকা কেছাণ্ড্ৰা মে স্পিটমেনক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 27 FEB 2024 10:23PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পল্লাডামত জাৰ্মান গায়িকা কেছাণ্ড্ৰা মে স্পিটমেন আৰু তেওঁৰ মাতৃক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন কি বাত কাৰ্যসূচীত কেছাণ্ড্ৰা মে স্পিটমেনৰ কথা উল্লেখ কৰিছিল। তেওঁ বিশেষকৈ বহু ভাৰতীয় ভাষাত ভক্তিমূলক গীত গায়।

আজি তেওঁ প্ৰধানমন্ত্ৰী শ্ৰী মোদীৰ সন্মুখত অচ্যুতম কেশৱম আৰু এটি তামিল গীত গায়।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে এই পোষ্ট কৰে:

"কেছাণ্ড্ৰা মে স্পিটমেনৰ ভাৰতৰ প্ৰতি থকা প্ৰেম অনুকৰণীয়, যিটো আমাৰ কথা-বতৰাত প্ৰত্যক্ষ কৰা হৈছে। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে মোৰ শুভকামনা।"

**********

 

DS


(रिलीज़ आईडी: 2010120) आगंतुक पटल : 91
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam