প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

কাছগঞ্জ দুৰ্ঘটনাত নিহতসকলৰ বাবে এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

Posted On: 24 FEB 2024 8:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাছগঞ্জ দুৰ্ঘটনাত নিহতসকলৰ বাবে ৫০ লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক ২ লাখকৈ আৰু আহতসকলক ৫০ হাজাৰকৈ টকা দিয়া হ’ব।

এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে X ত কৰা এটা পোষ্টত উল্লেখ কৰিছে :

"কাছগঞ্জত সংঘটিত দুৰ্ঘটনাত নিহত প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখকৈ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব, আনহাতে  আহতসকললৈ ৫০ হাজাৰকৈ টকা দিয়া হ'ব"।

***

DS



(Release ID: 2008899) Visitor Counter : 47