প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 19 FEB 2024 9:54AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। শ্ৰী মোদীয়ে ছত্ৰপতি শিৱাজী মহাৰাজ সন্দৰ্ভত তেখেতৰ ভাৱনা ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“ছত্ৰপতি শিৱাজী মহাৰাজৰ জয়ন্তীত তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। এগৰাকী দূৰদৰ্শী নেতা, নিৰ্ভীক যোদ্ধা, সংস্কৃতিৰ ৰক্ষক আৰু সুশাসনৰ প্ৰতিভূ, তেওঁৰ জীৱনে সকলো প্ৰজন্মকে অনুপ্ৰাণিত কৰি আহিছে।”

********

DS/ST/SB
 


(रिलीज़ आईडी: 2007089) आगंतुक पटल : 116
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali-TR , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam