প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে শ্ৰী কৰ্পূৰী ঠাকুৰক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
পোষ্ট কৰা হৈছে:
17 FEB 2024 7:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী কৰ্পূৰী ঠাকুৰক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে কয় যে শ্ৰী কৰ্পূৰী ঠাকুৰে সমাজৰ পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ সন্মান আৰু কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
শ্ৰী কৰ্পূৰী ঠাকুৰ সন্দৰ্ভত তেওঁৰ শেহতীয়া ভাষণৰ পৰা প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মতামত শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে;
"কৰ্পূৰী ঠাকুৰজীৰ মৃত্যু বাৰ্ষিকীত তেওঁক প্ৰণাম জনাইঁছো। ভাৰতৰ এই জননায়কজনে সমাজৰ পিছপৰা আৰু দুৰ্বল শ্ৰেণীৰ সন্মান আৰু কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। মাত্ৰ কেইদিনমান আগতে মই তেওঁক লৈ মোৰ মতামত শ্বেয়াৰ কৰিছিলো।"
**************
DS/ST/KG
(ৰিলিজ আই ডি : 2006860)
অতিথি কক্ষ : 126
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam