প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশৰ মহিলা শক্তিয়ে বিকশিত ভাৰতৰ সংকল্পত এক মূল্যৱান অৱদান আগবঢ়াব: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
05 FEB 2024 12:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বীকাৰ কৰে যে মহিলাৰ নেতৃত্বত হোৱা উন্নয়ন কেৱল কেইটামান কাৰ্যসূচীতে সীমাবদ্ধ নহয়, বৰঞ্চ দেশৰ উন্নয়নৰ কাহিনীৰ কেন্দ্ৰবিন্দুত অন্তৰ্ভুক্ত হৈ আছে, যাৰ সুবাদত ‘বিকশিত ভাৰত’ৰ সংকল্প অধিক শক্তিশালী হৈছে।
কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়ে ‘এক্স’-ত কৰা এটি ‘পোষ্ট’-ৰ প্ৰতি সঁহাৰি জনাই ‘শ্বেয়াৰ’ কৰা ‘পোষ্ট’-ত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়:
"আমাৰ চৰকাৰ মহিলানেতৃত্বাধীন উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। 'বিকশিত ভাৰত'ৰ সংকল্পত দেশৰ মহিলা শক্তিৰ এক মূল্যৱান অৱদান থাকিব। স্মৃতি ইৰাণীজীয়ে তেওঁৰ প্ৰবন্ধত এই অনুভূতি প্ৰকাশ কৰিছে।"
*****
DS/TS/KB
(ৰিলিজ আই ডি : 2002551)
অতিথি কক্ষ : 146
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam