প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰত-ওমানৰ যৌথ সংগীত পৰিবেশনক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 30 JAN 2024 10:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওমানত থকা ভাৰতীয় দূতাবাসত পৰিবেশন কৰা গণৰাজ্য দিৱসৰ যৌথ ভাৰত-ওমান সংগীত পৰিবেশনক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰিছেঃ

"অতি সৃষ্টিশীল প্ৰদৰ্শন। এই প্ৰচেষ্টাৰ অংশ হোৱা সকলোকে মই শলাগ লৈছো।"

***

DS/AK/MS


(रिलीज़ आईडी: 2002167) आगंतुक पटल : 117
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam