প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
১৯ ফেব্ৰুৱাৰীত ‘শ্ৰী কল্কি ধাম’ৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
01 FEB 2024 9:10PM by PIB Guwahati
‘শ্ৰী কল্কি ধাম’ৰ আধাৰশিলা স্থাপনৰ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী আচাৰ্য প্ৰমোদ কৃষ্ণমক ধন্যবাদ জ্ঞাপন কৰে।
অনুষ্ঠানটো ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’-ত কৰা ‘পোষ্ট’-ত লিখিছে:
"আস্থা আৰু ভক্তিৰে জড়িত এই পৱিত্ৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পোৱাটো মোৰ বাবে এক সৌভাগ্যৰ বিষয়। আমন্ত্ৰণ জনোৱাৰ বাবে আচাৰ্য প্ৰমোদজী আপোনাক অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।"
***
DS/RT/KB
(ৰিলিজ আই ডি : 2001783)
অতিথি কক্ষ : 131
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam