প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাত্মা গান্ধীৰ পুণ্য তিথিত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন
পোষ্ট কৰা হৈছে:
30 JAN 2024 10:30AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"মই পুজ্য বাপুক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জনাইছো। আমাৰ দেশৰ বাবে শ্বহীদ হোৱা সকলোকে মই শ্ৰদ্ধাঞ্জলি জনাইছো। তেওঁলোকৰ ত্যাগে আমাক জনসাধাৰণৰ সেৱা কৰাৰ লগতে দেশক লৈ থকা তেওঁলোকৰ পৰিকল্পনা সফল কৰিবলৈ অনুপ্ৰাণিত কৰে।"
***
DS/RT/DD/AT
(ৰিলিজ আই ডি : 2000710)
অতিথি কক্ষ : 143
ত এই ৰিলিজটো পঢ়ক:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam