প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

পদ্ম বঁটাৰে বিভূষিত সকলোকে প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 25 JAN 2024 11:58PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটা লাভ কৰা প্ৰতিগৰাকী ব্যক্তিকে অভিনন্দন জ্ঞাপন কৰিছে।

এই সন্দৰ্ভত এটা এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“পদ্ম বঁটা লাভ কৰা প্ৰতিগৰাকীকে অভিনন্দন। ভাৰতে বিভিন্ন খণ্ডত তেওঁলোকৰ অৱদানক অপ্ৰতীমতাৰে স্বীকাৰ কৰে। তেওঁলোকে নিজৰ ব্যতিক্ৰমী কামেৰে মানুহক অনুপ্ৰাণিত কৰি যাওক।

https://pib.gov.in/PressReleseDetailm.aspx?PRID=1999790

***

DS/TS



(Release ID: 2000153) Visitor Counter : 54