প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অযোধ্যাত ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ ভিডিঅ’ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে ক’লে ২২ জানুৱাৰীত অযোধ্যাত আমি যি দেখিলোঁ, সেয়া আমাৰ স্মৃতিত খোদিত হৈ থাকিব
পোষ্ট কৰা হৈছে:
23 JAN 2024 12:23PM by PIB Guwahati
২০২৪ চনৰ ২২ জানুৱাৰীত (সোমবাৰে) অযোধ্যাত ৰাম মন্দিৰৰ অভিষেক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে “কালি ২২ জানুৱাৰীত অযোধ্যাত আমি যি দেখিলোঁ সেয়া আগন্তুক বছৰবোৰলৈ আমাৰ স্মৃতিত খোদিত হৈ থাকিব।”
শ্ৰী মোদীয়ে লগতে অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ ভব্য অনুষ্ঠানৰ ভিডিঅ’ও শ্বেয়াৰ কৰে৷
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
“অযোধ্যাত কালি অৰ্থাৎ ২২ জানুৱাৰীত আমি যি দেখিলোঁ, সেয়া আমাৰ স্মৃতিত অনাগত বছৰসমূহলৈ খোদিত হৈ থাকিব৷”
**********
DS/ST/DB
(ৰিলিজ আই ডি : 1998776)
অতিথি কক্ষ : 120
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam