প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

অৰ্থনৈতিক বিকাশ, সংস্কাৰ আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰা শক্তিশালী কৰাৰ ক্ষেত্ৰত মতাদৰ্শ শ্বেয়াৰ কৰাৰ এক বৃহৎ মঞ্চ হৈছে ভাইব্ৰেণ্ট গুজৰাটঃ প্ৰধানমন্ত্ৰী

Posted On: 10 JAN 2024 6:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজিৰ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ কেতবোৰ দৃশ্য শ্বেয়াৰ কৰে৷

টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কৰা পোষ্টত কয়ঃ

আজিৰ ভাইব্ৰেণ্ট গুজৰাট সন্মিলনৰ কেইটামান দৃশ্য-অৰ্থনৈতিক বিকাশ, সংস্কাৰ আৰু ভাৰতৰ উন্নয়নৰ যাত্ৰা শক্তিশালী কৰাৰ ক্ষেত্ৰত মতাদৰ্শ শ্বেয়াৰ কৰাৰ এক বৃহৎ মঞ্চ৷"

***

DS/TS/DB



(Release ID: 1995777) Visitor Counter : 58