প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে ওচমান মীৰে কণ্ঠদান কৰা ভক্তিমূলক ভজন ‘শ্ৰী ৰামজী পধাৰে’ শ্বেয়াৰ কৰে
प्रविष्टि तिथि:
10 JAN 2024 9:47AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওচমান মীৰে কণ্ঠদান কৰা, ঔম দাভে আৰু গৌৰাং পালে সংগীত ৰচনা কৰা ভক্তিমূলক ভজন “শ্ৰী ৰামজী পধাৰে” শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এটা পোষ্টত কয়,
‘অযোধ্যা নগৰীত শ্ৰী ৰামজীৰ আগমনক লৈ সৰ্বত্ৰ উৎসাহ আৰু আনন্দৰ সৃষ্টি হৈছে। ওচমান মীৰজীৰ এই সুৰীয়া ৰাম ভজন শুনিলে আপোনাৰো ঐশ্বৰিক অনুভূতি হ‘ব। #ShriRamBhajan”
***
DS/ST/KD
(रिलीज़ आईडी: 1995120)
आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam