পোষ্ট কৰা হৈছে:
06 JAN 2024 10:14PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আহমেদাবাদৰ মনোমোহা ফুলৰ প্ৰদৰ্শনীখনত নতুন ভাৰতৰ উন্নয়নী যাত্ৰাৰ আকৰ্ষণীয় আভাসো দেখা গৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে ‘এক্স’ত পোষ্ট কৰিছে:
"আহমেদাবাদত অনুষ্ঠিত ফুলৰ প্ৰদৰ্শনীখনে সকলোকে মন্ত্ৰমুগ্ধ কৰিব। ইয়াত প্ৰদৰ্শিত নতুন ভাৰতৰ বিকাশ যাত্ৰাৰ সমাহাৰো মনোযোগ আকৰ্ষিত কৰিব পৰা বিধৰ হৈছে।"
******
DS/KB