প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সাৱস্তিৰ ভজনে অন্তৰ আৱেগেৰে ভৰাই ৰাখিছে: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
06 JAN 2024 9:59AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাৱস্তি মেহুলৰ ভজন 'ৰাম আয়েংগে' সহভাগ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰিছে:
"স্বস্তিজীৰ এই স্তোত্ৰটো আপুনি এবাৰ শুনিলে বহু সময়লৈকে ই কাণত প্ৰতিধ্বনিত হৈ থাকিব। দুচকু চকুপানীৰে, মনটো আৱেগেৰে ভৰাই তুলিব। #ShriRamBhajan
https://youtu.be/L2bcbXa2ou4?si=6XjBvZTY4oUDHeI3 "
***
DS/AK/KB
(रिलीज़ आईडी: 1993907)
आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam