প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

উজ্জ্বলা যোজনাৰ দশম কোটি গৰাকী হিতাধিকাৰীৰ গৃহত প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 30 DEC 2023 6:32PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী অযোধ্যাস্থিত মেৰা মাঝিৰ গৃহত উপস্থিত হয়গৈ। তেওঁ এই আঁচনিৰ দশম কোটি গৰাকী হিতাধিকাৰী।

প্ৰধানমন্ত্ৰীগৰাকীয়ে Xত এইদৰে প’ষ্ট কৰেঃ

"ভগৱান শ্ৰীৰামৰ নগৰীস্থিত ভগ্নী মীৰা মাঝিৰ ঘৰলৈ যোৱাৰ অভিজ্ঞতা স্মৰণীয় হৈ থাকিব!"

***

DS/SB


(रिलीज़ आईडी: 1992647) आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam