প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
গীতা জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
23 DEC 2023 8:53PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গীতা জয়ন্তী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।
পবিত্ৰ গ্ৰন্থখনৰ প্ৰশংসা কৰি তেওঁ কয় যে গীতাৰ শ্লোকসমূহত মানৱতাৰ সাৰমৰ্ম নিহিত হৈ আছে।
টুইটাৰৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
"গীতাৰ শ্লোকসমূহত মানৱতাৰ সাৰমৰ্ম নিহিত আছে, যিয়ে আমাক সদায় কৰ্মৰ পথত আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগায়।‘গীতা জয়ন্তী’ত মোৰ পৰিয়ালৰ সকলো সদস্যক বহুত বহুত শুভকামনা জনাইছোঁ। জয় শ্ৰীকষ্ণ।"
***
DS/RT/DB
(रिलीज़ आईडी: 1991151)
आगंतुक पटल : 98
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam