প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে
प्रविष्टि तिथि:
23 DEC 2023 2:29PM by PIB Guwahati
আজি ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাইৰ লগতে উপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰী অৰুণ সাও আৰু শ্ৰী বিজয় শৰ্মাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
"ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী @vishnudsai, উপ-মুখ্যমন্ত্ৰীদ্বয় শ্ৰী @ArunSao3 আৰু শ্ৰী @vijayratankwdয়ে প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।"
***
DS/RT/SB
(रिलीज़ आईडी: 1991148)
आगंतुक पटल : 148
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam