প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ক’ভিড-১৯ৰে আক্ৰান্ত জাৰ্মানীৰ চেঞ্চেলৰ বুন্দেস্কাঞ্জলাৰ ওলাফ স্কলজৰ দ্ৰুত আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 18 DEC 2023 10:39PM by PIB Guwahati

ক’ভিড-১৯ৰে আক্ৰান্ত জাৰ্মানীৰ ‘চেঞ্চেলৰ’ বুন্দেস্কাঞ্জলাৰ ওলাফ স্কলজৰ আশু আৰোগ্য কামনা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।

 ‘এক্স’ত কৰা ‘পোষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে কয়:

"মোৰ বন্ধু বুন্দেস্কাঞ্জলাৰ ওলাফ স্কলজ, আপুনি ক’ভিড-১৯ৰ পৰা দ্ৰুত আৰোগ্য লাভ কৰক। আপোনাৰ সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে মই প্ৰাৰ্থনা জনাইছো।"

 

***

DS/TS/KB


(रिलीज़ आईडी: 1989093) आगंतुक पटल : 100
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam