পোষ্ট কৰা হৈছে:
17 DEC 2023 1:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৈনিক জাগৰণ বাতৰিকাকতক প্ৰদান কৰা সাক্ষাৎকাৰৰ লিংক শ্বেয়াৰ কৰিছে।
সাক্ষাৎকাৰৰ লিংকটো শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এটি এক্স প’ষ্টত কয়;
“আমি জনকল্যাণমূলক কাম-কাজ আৰু সুশাসনৰ জৰিয়তে জনসাধাৰণৰ সৈতে আমাৰ গভীৰ সম্পৰ্কক অহৰহভাৱে সুদৃঢ় কৰি আহিছোঁ। এখনি উন্নত ভাৰতৰ সংকল্পক আগুৱাই নিয়াৰ ক্ষেত্ৰত চৰকাৰৰ অংগীকাৰ সন্দৰ্ভত দৈনিক জাগৰণত মোৰ সম্পূৰ্ণ সাক্ষাৎকাৰটি পঢ়ঁক...”
***
DS/ST/SB