প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘কাশী স্তুতি’ শীৰ্ষক নতুন গীতৰ বাবে বিশিষ্ট গায়ক কৈলাস খেৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

Posted On: 10 DEC 2023 9:36AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘কাশী স্তুতি’ শীৰ্ষক নতুন গীতৰ বাবে বিশিষ্ট গায়ক কৈলাস খেৰক প্ৰশংসা কৰে।

শ্ৰী মোদীয়ে অজৰ-অমৰ আৰু অক্ষয় কাশীৰ মহিমাকো প্ৰণাম জনাই কয় যে ভক্তিপূৰ্ণ এই গীতটিৰ উপস্থাপন অতি মনোমোহা।

কৈলাস খেৰৰ টুইটাৰ পোষ্টৰ সঁহাৰি জনায় প্ৰধানমন্ত্ৰী টুইটত কয়;

“অজৰ-অমৰ-অবিনাশী কাশীৰ মহিমাক বাৰম্বাৰ প্ৰণিপাত জনাইছো। ভক্তিপূৰ্ণ আপোনাৰ গীতটিৰ উপস্থাপন অতি মনোমোহা।

জয় বাবা বিশ্বনাথ।”

 

***

DS/ST/DB



(Release ID: 1984866) Visitor Counter : 64