প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী পু. লালডুহোমাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 08 DEC 2023 5:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী পু. লালডুহোমাক অভিনন্দন জ্ঞাপন কৰিছে। 

টুইটাৰৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

মিজোৰামৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা পু. লালডুহোমাক অভিনন্দন জনাইছো। কেন্দ্ৰই মিজোৰামৰ লোকসকলৰ আশা-আকাংক্ষা পুৰণ কৰাৰ বাবে নতুন চৰকাৰৰ সৈতে নিবি়ভাৱে কাম কৰিব।

***

DS/TS/DB


(रिलीज़ आईडी: 1984284) आगंतुक पटल : 103
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam