প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পৰিৱৰ্তনৰ ঢৌৱে বিগত ৯ বছৰত আত্মনিৰ্ভৰ ভাৰতৰ আত্মবিশ্বাসৰ এক নতুন পৰিচয় বহন কৰিছেঃ প্ৰধানমন্ত্ৰী
Posted On:
07 DEC 2023 1:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্বীকাৰ কৰিছে যে বিগত ৯ বছৰত দেখা পোৱা পৰিৱৰ্তনৰ ঢৌ কেৱল উন্নয়নৰ সংজ্ঞাতে সীমাবদ্ধ নহয়, বৰঞ্চ ই আত্মনিৰ্ভৰ ভাৰতৰ আত্মবিশ্বাসৰ এক নতুন পৰিচয় বহন কৰিছে৷
কেন্দ্ৰীয় শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ টুইটাৰৰ এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়ঃ
“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই লিখিছে যে ভাৰতে বিগত ৯ বছৰত এনে পৰিৱৰ্তনৰ ঢৌ দেখিছে, যিটো কেৱল উন্নয়নৰ সংজ্ঞাত সীমাবদ্ধ নহয়৷ আত্মনিৰ্ভৰশীলৰ দিশে গতি কৰা ভাৰতৰ আত্মবিশ্বাসৰ এয়া এক নতুন স্বীকৃতি, যাৰ প্ৰতিধ্বনি আজি সমগ্ৰ বিশ্বতে শুনিবলৈ পোৱা গৈছে।”
***
DS/TS/DB
(Release ID: 1983455)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Nepali
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam