প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাণী লক্ষ্মীবাইৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 19 NOV 2023 11:11AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নাৰী শক্তিৰ বীৰত্বৰ প্ৰতীক ৰাণী লক্ষ্মীবাইৰ জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰে;

“ভাৰতীয় নাৰী শক্তিৰ বীৰত্বৰ প্ৰতীক ৰাণী লক্ষ্মীবাইৰ জন্ম বাৰ্ষিকীত মোৰ গভীৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। বিদেশী শাসনৰ অত্যাচাৰৰ বিৰুদ্ধে তেওঁৰ সাহস, সংগ্ৰাম আৰু ত্যাগৰ গাথাই দেশৰ প্ৰতিটো প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব।”

***

DS/ST/SB


(रिलीज़ आईडी: 1978098) आगंतुक पटल : 153
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam