প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ সংগীত ইতিহাস বৈচিত্ৰ্যৰ এক সুৰধ্বনি, ইয়াৰ সুৰবোৰ হাজাৰ হাজাৰ বছৰ ধৰি অনুৰণিত হৈ আহিছেঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
14 NOV 2023 9:43AM by PIB Guwahati
প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰীৰ ছেটাৰৰ প্ৰতি থকা আৱেগৰ প্ৰশংসা কৰে৷
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী লৰেন্স ৱঙক ছেটাৰৰ প্ৰতি থকা আকৰ্ষণৰ বাবে শলাগ লয়।
শ্ৰীযুত ৱঙৰ টুইটাৰ পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়ঃ
“ছেটাৰৰ প্ৰতি আপোনাৰ আগ্ৰহ আৰু আবেগ অব্যাহত থাকক আৰু আনকো অনুপ্ৰাণিত কৰক। এই সুৰীয়া যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভাৰতৰ সংগীত ইতিহাস বৈচিত্ৰ্যৰ এক সুৰধ্বনি, ইয়াৰ সুৰবোৰ হাজাৰ হাজাৰ বছৰ ধৰি অনুৰণিত হৈ আহিছে৷”
****
DS/DB
(रिलीज़ आईडी: 1976808)
आगंतुक पटल : 141
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
Kannada
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Malayalam