প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হিমাচল প্ৰদেশৰ লেপচাত জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিব প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
12 NOV 2023 10:44AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জোৱানসকলৰ সৈতে দেৱালী উদযাপন কৰিবলৈ হিমাচল প্ৰদেশৰ লেপচাত উপস্থিত হৈছে।
এক্সত কৰা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;
"আমাৰ সাহসী নিৰাপত্তা বাহিনীৰ সৈতে দেৱালী উদযাপন কৰিবলৈ হিমাচল প্ৰদেশৰ লেপচাত উপস্থিত হৈছোঁহি।"
*********
Dhiraj Singh/Siddhant Tiwari/KB
(रिलीज़ आईडी: 1976796)
आगंतुक पटल : 127
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam