প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিশিষ্ট তেলেগু অভিনেতা শ্ৰী চন্দ্ৰ মোহন গাৰুৰ বিয়োগৰ প্ৰধানমন্ত্ৰীৰ গভীৰ শোক
পোষ্ট কৰা হৈছে:
11 NOV 2023 5:12PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশিষ্ট তেলেগু অভিনেতা শ্ৰী চন্দ্ৰ মোহন গাৰুৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“বিশিষ্ট তেলেগু অভিনেতা শ্ৰী চন্দ্ৰ মোহন গাৰুৰ বিয়োগৰ অতিশয় মৰ্মাহত হৈছো। তেওঁ চিনেমা জগতৰ উজ্জ্বল জ্যোতিষ্ক আছিল। তেওঁৰ শক্তিশালী অভিনয় আৰু অসাধাৰণ প্ৰতিভাই প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰ্শকক মোহিত কৰিছিল। তেওঁৰ বিয়োগে সৃষ্টিশীল জগতখনত এক শূন্যতাৰ সৃষ্টি কৰিলে, যিটো পূৰণ কৰাটো কঠিন হ’ব। তেওঁৰ পৰিয়াল আৰু অগণন গুণমুগ্ধৰ প্ৰতি মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”
*****
DS/TS/DB
(ৰিলিজ আই ডি : 1976468)
অতিথি কক্ষ : 130
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam