প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দেশজুৰি ভোকেল ফৰ লোকেল আন্দোলনে যথেষ্ট গতি লাভ কৰিছে: প্ৰধানমন্ত্ৰী

নাগৰিকসকলক নমো এপত থলুৱা সামগ্ৰীৰ সৈতে ছেলফি শ্বেয়াৰ কৰিবলৈ আহ্বান জনায়

प्रविष्टि तिथि: 06 NOV 2023 6:24PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে স্থানীয় সামগ্ৰীৰ প্ৰচাৰৰ ওপৰত এটা প্ৰেৰণাদায়ক ভিডিঅ’ শ্বেয়াৰ কৰি সমগ্ৰ দেশতে ভোকেল ফৰ লোকেল আন্দোলনে যথেষ্ট গতি লাভ কৰা বুলি মন্তব্য কৰিছে। লগতে শ্ৰী মোদীয়ে নাগৰিকসকলক নমো এপত থলুৱা সামগ্ৰীৰ সৈতে ছেলফি শ্বেয়াৰ কৰিবলৈ আৰু ইউ পি আইৰ জৰিয়তে ধন পৰিশোধ কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“দেশজুৰি ভোকেল ফৰ লোকেল আন্দোলনে যথেষ্ট গতি লাভ কৰিছে।”

**********

 

DS/TS


(रिलीज़ आईडी: 1975267) आगंतुक पटल : 119
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Manipuri , Punjabi , Kannada , Malayalam , English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Odia , Tamil , Telugu