প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত পুৰুষৰ একক এছএইচ ৬ ইভেন্টত ৰূপৰ পদক লাভ কৰা কৃষ্ণ নাগৰক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 27 OCT 2023 5:53PM by PIB Guwahati

আজি হাংঝু এছিয়ান পেৰা গেমছত পুৰুষৰ একক এছএইচ ৬ ইভেন্টত ৰূপৰ পদক লাভৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষ্ণ নাগৰক অভিনন্দন জনায়। 

তেখেতে লগতে নাগৰৰ দৃঢ়তাক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"এছিয়ান পেৰা গেমছত পুৰুষৰ একক এছএইচ ৬ত উজ্জ্বল প্ৰদৰ্শনেৰে ৰূপৰ পদক লাভৰ বাবে কৃষ্ণ নাগৰক অভিনন্দন জনালোঁ।

তেওঁ প্ৰতিভা আৰু দৃঢ়তা সহকাৰে উজ্জ্বলভাৱে জিলিকি উঠিছে!"

****

DS/RT/SB


(रिलीज़ आईडी: 1974791) आगंतुक पटल : 111
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam