প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ ত্ৰিপুৰাৰ ৰাজ্যপালৰ

प्रविष्टि तिथि: 03 NOV 2023 2:36PM by PIB Guwahati

কালি ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ইন্দ্ৰসেনা ৰেড্ডীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"ত্ৰিপুৰাৰ ৰাজ্যপাল শ্ৰী ইন্দ্ৰসেনা ৰেড্ডীয়ে কালি (২ নৱেম্বৰ, ২০২৩)ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।"

*****

DS/RT/SB


(रिलीज़ आईडी: 1974484) आगंतुक पटल : 142
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam