প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছত জেভেলিন থ্ৰ’ত লক্ষীটৰ ব্ৰঞ্জৰ পদক জয়, প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 27 OCT 2023 5:48PM by PIB Guwahati

চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছত পুৰুষৰ জেভলিন থ্ৰ’-এফ৫৪ ইভেণ্টত আজি ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষীটক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

“এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ জেভেলিন থ্ৰ'-এফ ৫৪ ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে লক্ষীটক আন্তৰিক অভিনন্দন জনাইছো।

তেওঁ অতিশয় শক্তিশালী ইচ্ছাশক্তি আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। আমি সকলো গৌৰৱান্বিত।”

*****

DS/RT


(रिलीज़ आईडी: 1972968) आगंतुक पटल : 107
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam