পোষ্ট কৰা হৈছে:
27 OCT 2023 5:48PM by PIB Guwahati
চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছত পুৰুষৰ জেভলিন থ্ৰ’-এফ৫৪ ইভেণ্টত আজি ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষীটক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
“এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ জেভেলিন থ্ৰ'-এফ ৫৪ ত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে লক্ষীটক আন্তৰিক অভিনন্দন জনাইছো।
তেওঁ অতিশয় শক্তিশালী ইচ্ছাশক্তি আৰু দৃঢ়তা প্ৰদৰ্শন কৰিছে। আমি সকলো গৌৰৱান্বিত।”
*****
DS/RT