প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত মহিলাৰ ১৫০০ মিটাৰ টি-২০ত ব্ৰঞ্জৰ পদক লাভ কৰা পূজাক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
प्रविष्टि तिथि:
28 OCT 2023 8:35PM by PIB Guwahati
চীনৰ হাংঝুত চলি থকা এছিয়ান পেৰা গেমছত মহিলাৰ ১৫০০ মিটাৰ টি-২০ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে পূজাক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
তেওঁৰ দৃঢ়তা আৰু প্ৰদৰ্শনকো প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে,
"এছিয়ান পেৰা গেমছত মহিলাৰ ১৫০০ মিটাৰ টি-২০ত পূজাৰ বাবে ই এক অসাধাৰণ ব্ৰঞ্জৰ পদক! আন্তৰিক অভিনন্দন পূজা। আপোনাৰ দৃঢ়তা আৰু অবিশ্বাস্য প্ৰদৰ্শনে এই সফলতাৰ সূচনা কৰিছে।"
****
DS/RT/MS/BM
(रिलीज़ आईडी: 1972773)
आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam