প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত দবাত ব্ৰঞ্জৰ পদক লাভৰ বাবে কিষাণ গাংগোলীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
28 OCT 2023 8:41PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝু এছিয়ান পেৰা গেমছত পুৰুষৰ দবা বি২ শাখাত ব্ৰঞ্জৰ পদক লাভৰ বাবে কিষাণ গাংগোলীক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
"এছিয়ান পেৰা গেমছত পুৰুষৰ দবা বি২ শাখাত (ব্যক্তিগত) ব্ৰঞ্জৰ পদক লাভৰ বাবে কিষাণ গাংগোলীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।
তেওঁৰ দৃঢ় মনোভাৱ আৰু অটল দৃঢ়তাই ভাৰতক গৌৰৱান্বিত কৰিছে।"
****
DS/RT/SB
(रिलीज़ आईडी: 1972771)
आगंतुक पटल : 149
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam