প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছৰ দবাত ব্ৰঞ্জৰ পদক জয়ৰ বাবে অশ্বিনী মাকৱানাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 28 OCT 2023 8:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছত পুৰুষৰ দবা বি-১ শাখাত ব্ৰঞ্জৰ পদক জয়ৰ বাবে অশ্বিনী মাকৱানাক অভিনন্দন জনাইছে।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“পুৰুষৰ দবা বি-১ শাখা(ব্যক্তিগত)ত ব্ৰঞ্জৰ পদক জয়ৰ বাবে অশ্বিনী মাকৱানাক অভিনন্দন জনাইছো।

তেওঁৰ এই উজ্জ্বল প্ৰদৰ্শনে ভাৰতৰ পেৰা স্প’ৰ্টছ গৌৰৱত আৰু এটা পদক যোগ কৰিলে। তেওঁ এই চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰাখক তাকে কামনা কৰিলোঁ। তেওঁৰ উজ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জনালোঁ।”

****

DS/RT/DB/BM


(ৰিলিজ আই ডি : 1972704) অতিথি কক্ষ : 111