প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত দবাত সোণৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দৰ্পন ইনানী, সৌন্দৰ্য প্ৰধান, অশ্বিনক অভিনন্দন জনাইছে
পোষ্ট কৰা হৈছে:
28 OCT 2023 11:44AM by PIB Guwahati
আজি হাংঝৌ এছিয়ান পেৰা গেমছত পুৰুষৰ দবাত স্বৰ্ণ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দৰ্পন ইনানী, সৌন্দৰ্য প্ৰধান আৰু অশ্বিনক অভিনন্দন জ্ঞাপন কৰে।
তেওঁলোকৰ দক্ষতা আৰু নিষ্ঠাক লৈ তেওঁ গৌৰৱান্বিত বুলি কয় আৰু ভৱিষ্যতৰ বাবে তেওঁলোকৰ সৌভাগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"পুৰুষ দবা বি ১ শাখাত (দল) স্বৰ্ণ পদক দখল কৰাৰ বাবে দৰ্পন ইনানী, সৌন্দৰ্য প্ৰধান আৰু অশ্বিনলৈ অভিনন্দন।" তেওঁলোকৰ দক্ষতা আৰু নিষ্ঠাৰ বাবে গৌৰৱান্বিত। আগন্তুক প্ৰচেষ্টাৰ বাবে শুভকামনা।"
**********
DS/RT
(ৰিলিজ আই ডি : 1972692)
অতিথি কক্ষ : 108
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam