প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত পুৰুষৰ ৬০ কেজি জে১ জুডো ইভেণ্টত ৰূপৰ পদক জয় কৰা কপিল পাৰমাৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
23 OCT 2023 6:33PM by PIB Guwahati
চীনৰ হাংঝুত অনুষ্ঠিত এছিয়ান পেৰা গেমছত পুৰুষৰ ৬০ কেজি জে১ জুডো ইভেণ্টত ৰূপৰ পদক জয় কৰা কপিল পাৰমাৰক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জ্ঞাপন কৰিছে।
টুইটাৰত প্ৰধানমন্ত্ৰীয়ে কয়, “এছিয়ান পেৰা গেমছৰ পুৰুষৰ ৬০ কেজি জে১ জুডোত উল্লেখযোগ্য ৰূপৰ পদক জয় কৰাৰ বাবে কপিল পাৰমাৰক অভিনন্দন। মেটত তেওঁৰ দৃঢ়তা আৰু দক্ষতাই দেখা গৈছে। ভৱিষ্যতলৈ তেওঁৰ অবিৰত সফলতাৰ কামনা কৰিছো।”
***
DS/TS/MS
(रिलीज़ आईडी: 1972531)
आगंतुक पटल : 173
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Kannada
,
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu