প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত পুৰুষৰ ডাবলছ বেডমিণ্টনত ব্ৰঞ্জৰ পদক জয় কৰাত প্ৰধানমন্ত্ৰীয়ে প্ৰমোদ ভগত, সুকান্ত কদমক অভিনন্দন জনায়
प्रविष्टि तिथि:
26 OCT 2023 9:37PM by PIB Guwahati
আজি হাংঝৌ এছিয়ান পেৰা গেমছত পুৰুষৰ ডাবলছ বেডমিণ্টন SL3-SL4 ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰমোদ ভগত আৰু সুকান্ত কদমক অভিনন্দন জনায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"তেওঁলোকৰ উল্লেখযোগ্য ব্ৰঞ্জৰ বাবে প্ৰমোদ ভগত আৰু সুকান্ত কদমক অভিনন্দন। তেওঁলোকে গতিশীল দলবদ্ধতা আৰু অদম্য উদ্যম প্ৰদৰ্শন কৰিলে।"
**********
DS/RT
(रिलीज़ आईडी: 1972520)
आगंतुक पटल : 143
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam