প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
এছিয়ান পেৰা গেমছত পুৰুষৰ শ্বট পুট-এফ৫৫ত ব্ৰঞ্জৰ পদক জয় কৰাত প্ৰধানমন্ত্ৰীয়ে মুথুৰাজাক অভিনন্দন জনায়
प्रविष्टि तिथि:
26 OCT 2023 9:10PM by PIB Guwahati
আজি হাংঝৌ এছিয়ান পেৰা গেমছত পুৰুষৰ শ্বট পুট-এফ৫৫২ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মুথুৰাজাক অভিনন্দন জনায়।
তেওঁ কয় যে মুথুৰাজাৰ শক্তি আৰু দৃঢ়তাই ভাৰতৰ প্ৰতিভাক বিশ্ব মঞ্চত প্ৰদৰ্শন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:
"পুৰুষৰ শ্বট পুট-এফ৫৫ ইভেণ্টত তেওঁৰ উল্লেখযোগ্য ব্ৰঞ্জৰ বাবে মুথুৰাজাক অভিনন্দন। তেওঁৰ শক্তি আৰু দৃঢ়তাই ভাৰতৰ প্ৰতিভাক বিশ্ব মঞ্চত প্ৰদৰ্শন কৰাইছে। এই বিজয়ে আনক উৎকৃষ্টতা প্ৰতিপন্ন কৰিবলৈ প্ৰেৰণা দিয়ক আৰু নিজৰ সপোন কেতিয়াও ত্যাগ নকৰক।"
**********
DS/RT
(रिलीज़ आईडी: 1972515)
आगंतुक पटल : 124
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam