প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ শ্বটপুট এফ ৪৬ ইভেণ্টত ৰোহিত হুডাৰ ব্ৰঞ্জৰ পদক অৰ্জন উদযাপন কৰে

प्रविष्टि तिथि: 26 OCT 2023 11:43AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ শ্বটপুট-এফ ৪৬ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰোহিত হুদাক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :

"ৰোহিত হুদাক তেওঁৰ ব্ৰঞ্জৰ পদক আৰু পুৰুষৰ শ্বটপুট-এফ ৪৬ প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে বিশাল অভিনন্দন। আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা থাকিল।"

 

***

DS/TS/MK/AT


(रिलीज़ आईडी: 1971981) आगंतुक पटल : 97
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu