প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ ১০০মিটাৰ-টি৩৭ ইভেণ্টত শ্ৰেয়াংশ ত্ৰিবেদীৰ ব্ৰঞ্জৰ পদক উদযাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 26 OCT 2023 11:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ ১০০মিটাৰ-টি৩৭ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্ৰেয়াংশ ত্ৰিবেদীক অভিনন্দন জনাইছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“পুৰুষৰ ১০০মিটাৰ-টি৩৭ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰা শ্ৰেয়াংশ ত্ৰিবেদীক আন্তৰিক অভিনন্দন জনাইছো৷ এয়া এক চমৎকাৰ সাফল্য!

তেওঁ নতুন দিগন্তৰ দিশে দৌৰ অব্যাহত ৰাখক।”

***

DS/TS/DB


(रिलीज़ आईडी: 1971480) आगंतुक पटल : 125
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam