প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছত পুৰুষৰ ৬৫ কিঃগ্ৰাঃ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত অশোকক অভিনন্দন জনায়
Posted On:
24 OCT 2023 9:50PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পুৰুষৰ ৬৫ কিঃগ্ৰাঃ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত অশোকক অভিনন্দন জনায়।
তেওঁ অশোকৰ অতুলনীয় দক্ষতা, শক্তি আৰু দৃঢ় সংকল্পৰ প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত কৰা এটা পোষ্টত কয়:
"আমাৰ পেৰা পাৱাৰলিফ্টাৰ অশোকৰ বাবে এটা বিজয়ী হাঁহিৰ পল!
পুৰুষৰ ৬৫ কিঃগ্ৰাঃ ইভেণ্টত ব্ৰঞ্জৰ পদক জয় কৰাত অশোকক অভিনন্দন।
তেওঁৰ অতুলনীয় দক্ষতা, শক্তি আৰু দৃঢ় সংকল্পই আমাৰ দেশক গৌৰৱান্বিত কৰিছে।"
**********
DS/RT
(Release ID: 1971451)
Visitor Counter : 111
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam