প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেৱী কালৰাত্ৰিক প্ৰধানমন্ত্ৰীৰ প্ৰণাম
प्रविष्टि तिथि:
21 OCT 2023 8:32AM by PIB Guwahati
আজি নৱৰাত্ৰিৰ মহাসপ্তমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱী কালৰাত্ৰিক প্ৰণাম জনায়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে প’ষ্ট কৰে
"নৱৰাত্ৰিৰ মহাসপ্তমীত অশুভ শক্তিৰ বিনাশকাৰী মা কালৰাত্ৰিলৈ প্ৰণাম। দেৱী মাক সকলো বাধা দূৰ কৰি সকলোকে আশীৰ্বাদ দিবলৈ প্ৰাৰ্থনা জনাইছোঁ।"
DS/RT/SB
(रिलीज़ आईडी: 1970325)
आगंतुक पटल : 134
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada