প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ শ্ৰী বিষণ সিং বেদীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
23 OCT 2023 5:21PM by PIB Guwahati
প্ৰসিদ্ধ ক্ৰিকেট খেলুৱৈ শ্ৰী বিষণ সিং বেদীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়:
"বিশিষ্ট ক্ৰিকেট খেলুৱৈ শ্ৰী বিষণ সিং বেদীজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। খেলৰ প্ৰতি তেওঁৰ আগ্ৰহ অটল আছিল আৰু তেওঁৰ অনুকৰণীয় বলিং প্ৰদৰ্শনে ভাৰতক অসংখ্য স্মৰণীয় বিজয়লৈ আগবঢ়াই নিছিল। তেওঁ ভৱিষ্যত প্ৰজন্মৰ ক্ৰিকেট খেলুৱৈসকলক অনুপ্ৰাণিত কৰি থাকিব। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছোঁ। ওম শান্তি।"
***
DS/TS/KB
(रिलीज़ आईडी: 1970324)
आगंतुक पटल : 111
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam