প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
আয়ুষ্মান ভৱ অভিযানলৈ ব্যাপক সঁহাৰিক শলাগ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
16 OCT 2023 8:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অংগদান অভিযানৰ সফলতাক শলাগ লয়। আয়ুষ্মান ভৱ অভিযানৰ অধীনত ৮০,০০০ ৰোধিক লোকে নিজৰ অংগদানৰ অংগীকাৰ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ
"এই প্ৰচেষ্টালৈ ব্যাপক সঁহাৰি প্ৰত্যক্ষ কৰি সন্তোষ পাইছোঁ! এয়া সঁচাকৈয়ে জীৱন ৰক্ষাৰ দিশত এটি উল্লেখযোগ্য পদক্ষেপ। মই আশা কৰিছোঁ যে ভৱিষ্যতে অধিক লোকে এই বিনম্ৰ পদক্ষেপত অংশগ্ৰহণ কৰিব।"
***
DS/SB/BM
(ৰিলিজ আই ডি : 1968679)
অতিথি কক্ষ : 149
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam