প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে অমিতাভ বচ্চনক ৰণ উৎসৱলৈ আমন্ত্ৰণ জনাইছে

प्रविष्टि तिथि: 15 OCT 2023 5:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিন্দী চলচ্চিত্ৰ জগতৰ বিশিষ্ট অভিনেতা অমিতাভ বচ্চনক গুজৰাটৰ আগন্তুক ৰণ উৎসৱলৈ আমন্ত্ৰণ জনায়।

তেখেতে বচ্চনক ঐক্যৰ মূৰ্তি দৰ্শন কৰিবলৈয়ো আহ্বান জনায়। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত এইদৰে প’ষ্ট কৰেঃ

"মই পাৰ্ৱতী কুণ্ড আৰু জাগেশ্বৰ মন্দিৰ দৰ্শনেৰে সঁচাকৈয়ে মন্ত্ৰমুগ্ধ হৈ পৰোঁ।

অনাগত সপ্তাহত ৰণ উৎসৱ আৰম্ভ হ’ব আৰু সেয়েহে, মই আপোনাক কচ্চ ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ। আপুনি একতাৰ মূৰ্তিও দৰ্শন কৰে যেন।"

*******

DS/RT/SB


(रिलीज़ आईडी: 1968676) आगंतुक पटल : 141
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam