প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘মা চন্দ্ৰঘণ্টা’ৰ চৰণত প্ৰণিপাত জনায় প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
17 OCT 2023 8:49AM by PIB Guwahati
‘দেৱী চন্দ্ৰঘন্টা’লৈ প্ৰণিপাত জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
তেওঁ দেশৰ নাগৰিকসকলৰ নিৰন্তৰ খ্যাতি আৰু গৌৰৱ বৃদ্ধি কৰাৰ মানসেৰে ‘মা চন্দ্ৰঘন্তা’ৰ পৰা আশীৰ্বাদ বিচাৰে।
শ্ৰী মোদীয়ে দেৱীৰ প্ৰাৰ্থনা (স্তুতি)ৰ আবৃত্তিও সহভাগ কৰে।
‘এক্স’ত কৰা ‘পোষ্ট’-ত প্ৰধানমন্ত্ৰীয়ে কয়;
"সাহস আৰু শৌৰ্যৰ প্ৰতীক ‘মা চন্দ্ৰঘণ্টা’ক বাৰে বাৰে প্ৰণিপাত জনাইছোঁ! মাতৃৰ আশীৰ্বাদত দেশবাসীৰ যশ আৰু খ্যাতি নিৰন্তৰ বৃদ্ধি হওক, এয়াই কামনা কৰিছোঁ।"
***
KB/BM
(रिलीज़ आईडी: 1968316)
आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam