প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশবাসীৰ বাবে মা ব্ৰহ্মচাৰিণীৰ আশীৰ্বাদ বিচাৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 16 OCT 2023 9:00AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ সকলো নাগৰিকে সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বান মোকাবিলা কৰিব পৰাকৈ সাহস আৰু শক্তি দিবলৈ মা ব্ৰহ্মচাৰিণীৰ প্ৰাৰ্থনা কৰে৷

শ্ৰীমোদীয়ে দেৱী প্ৰাৰ্থনা (স্তুতি)ৰ এটি ভিডিঅ’ও শ্বেয়াৰ কৰে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“নৱৰাত্ৰিৰ দ্বিতীয় দিনা মা ব্ৰহ্মচাৰিণীৰ পূজা-অৰ্চনা কৰা হয়৷ মাৰ প্ৰতি প্ৰাৰ্থনা এই যে সমগ্ৰ দেশৰ মোৰ পৰিয়ালৰ সদস্যসকলক প্ৰতিটো প্ৰত্যাহ্বান মোকাবিলা কৰিব পৰাকৈ সাহস আৰু শক্তি প্ৰদান কৰক৷”

********

DS/ST/DB/BM



(Release ID: 1968020) Visitor Counter : 76