প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পদ্মশ্ৰী বঁটা বিজয়ী, সংস্কৃত পণ্ডিত তথা নদিয়াদৰ ব্ৰহ্মৰ্ষি সংস্কৃত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক দহভাই শাস্ত্ৰীৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰিছে
পোষ্ট কৰা হৈছে:
10 OCT 2023 6:43PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মশ্ৰী বঁটা বিজয়ী, সংস্কৃত পণ্ডিত তথা ব্ৰহ্মৰ্ষি সংস্কৃত মহাবিদ্যালয় নদিয়াদৰ প্ৰতিষ্ঠাপক দহভাই শাস্ত্ৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এটা এক্স পোষ্টত এইদৰে কয়, "নদিয়াদস্থিত ব্ৰহ্মৰ্ষি সংস্কাৰ ধামৰ প্ৰতিষ্ঠাপক পদ্মশ্ৰী দহভাই শাস্ত্ৰীজীৰ মৃত্যুৰ খবৰটো অত্যন্ত দুখজনক।তেওঁ গোটেই জীৱন সংস্কৃত ভাষাৰ প্ৰসাৰ আৰু শিক্ষাৰ বাবে কাম কৰিছিল।ভগৱানে তেওঁৰ পবিত্ৰ আত্মাক শান্তি প্ৰদান কৰক আৰু শোকসন্তপ্ত অনুগামীসকলক সান্ত্বনা দিয়ক।ওম শান্তি..."
***
(ৰিলিজ আই ডি : 1967948)
অতিথি কক্ষ : 175
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam